মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত দিহানাম,ড.ভুপেন হাজৰিকা ,মহেন্দ্র হাজৰিকাৰ গীত তেওঁৰ কন্ঠত এতিয়াও সুন্দৰকৈ নিগৰি আহে। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক দিশত আগবঢ়া পৰিয়ালটি। তেওঁ নাপালে চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চন।
কেৱল তেওঁয়েই নহয় তেওঁৰ একমাত্র পুত্র দিব্যজ্যোতি বৰাৰ কন্ঠইও মুগ্ধ কৰিব আপোনাক।কিন্তু নাই কোনো আনুস্থানিক সংগীত শিক্ষা। ইতি মধ্যে চছিয়েল মেডিয়াত সংগীত পৰিৱেশন কৰি নিহাৰ প্রতিম নামেৰে সকলোৰে পৰিচিত হৈ পৰিছে যুৱক জন দেউতাকৰ দৰে আছে অলেখ সপোন ।লাগে মাত্ৰ এখন মঞ্চ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…