হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী ঘোষণা।
২৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSLC পৰীক্ষা।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে সূচী।
১৬ মার্চ পর্যন্ত চলিব HSLC পৰীক্ষা।
ইফালে সময়সূচী ঘোষণা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰো।
১২ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষা।