নতুন দিল্লীত উপস্থিত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহ

নতুন দিল্লীত নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্র শ্বাহ।

দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিছে শ্বাহ।

সোমবাৰে মোদী-শ্বাহৰ দ্বিপাক্ষিক বৈঠক।

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰিব শ্বাহে।

নেপাল-ভাৰত ব্যৱসায়িক মঞ্চত ভাষণ দিব শ্বাহে।

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত শ্বাহৰ এয়া প্ৰথম বিদেশ ভ্রমণ।

Related Articles