প’ৰ্টো ৰিকোৰ সুন্দৰীলৈ মিছ ইউনিভাৰ্ছ ২০২৬ৰ খিতাপ।
জেনিফাৰ বাৰেটোৰ শিৰত জিলিকিল বিশ্ব সুন্দীৰৰ মুকুট।
৭৫সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা জিনিলে জেনিফাৰ বাৰেটোৱে।
ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে লাভ কৰে প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ।
প্ৰতিযোগিতাত অংশগ্ৰহণ বিশ্বৰ ১১৬খন দেশৰ সুন্দৰীৰ।

