সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বান।
ৰাজ্যজুৰি চকা বন্ধৰ মিশ্ৰিত প্ৰভাৱ।
পুৱা ৬ বজাৰ পৰা আহ্বান জনোৱা হৈছে চকা বন্ধৰ।
বন্ধ আছে প্ৰায় সকলো বেচৰকাৰী বাহন।
ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিও যাত্ৰীয়ে পোৱা নাই বাহন।
মহানগৰীতো যাত্ৰীৰ হাহাকাৰ অৱস্থা।