সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ বিশ্ব অভিলেখ।
১,৩৩০ কিলোমিটাৰ ৰীলে সাঁতোৰ সম্পূৰ্ণ কৰিলে এলভিছে।
সাগৰত ১,৩৩০ কি.মি. সাঁতুৰি বিশ্ব অভিলেখ এলভিছৰ।

দৈৰ্ঘ দূৰত্বৰ সাগৰত সাঁতোৰত এই বিশ্ব অভিলেখ।
মুম্বাইৰ পৰা আৰম্ভ কৰি গোৱা হৈ কৰ্ণাটকত সামৰণি অভিযানৰ।
১৫ দিনত এই দূৰত্ব অতিক্ৰম কৰিলে ৪ সাঁতোৰবিদে।
সামাজিক মাধ্যমত এলভিছে সদৰী কৰিলে এই কথা।
সাগৰত সাঁতোৰাৰ প্ৰত্যাহ্বানৰ কথাও ক’লে এলভিছে।
ৰাইজৰ মৰম-আশীৰ্বাদত মোৰ এই সফলতা।
শাৰীৰিক বিষ আৰু মানসিক চাপৰ কথাও ক’লে সন্তৰণবিদজনে।

