কিছুদিন পূৰ্বে ৰঙিয়াৰ মাদৈকাটা অঞ্চলৰ মোস্তাফা নামৰ যুৱক এজনৰ এএছ-২৫-চিচি-৭৪৮১ নম্বৰৰ বʼলেৰো পিক আপ বাহন এখন যোৱা ২৫ মেত গুৱাহাটী উজান বজাৰৰ বৃহৎ গাড়ী চুৰি চক্ৰৰ মূল নায়ক তথা মাষ্টাৰ মাইণ্ড সঞ্জীৱ সিঙে অতি কৌশলেৰে নʼটাৰী আদালতত চুক্তিপত্ৰ এখন বনাই পৰৱৰ্তী পৰ্যায়ত মণিপুৰৰ অন্য এটা গাড়ী চুৰি চক্ৰক গতাই ।এই কথা জানিবপাৰি মোস্তাফাই থানাৰ লগত যোগাযোগ কৰে । ৰঙিয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি এইচক্ৰটোৰ লগত জড়িত চাৰিজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠাইছে ,আৰু ইয়াৰেই বিকাশ গগৈ নামৰ ব্যক্তিজনৰ স্বিকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা ১২বজাত মণিপুৰ-নাগালেণ্ড সীমান্তৰ কʼহিমা পথত অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তুআচৰ্যজনক ভাবে চতুৰ সঞ্জয় সিঙ পুনৰ পলাই সাৰিবলৈ সক্ষম হয় । পলাতক সঞ্জয় সিঙে ওলোটাই গাড়ীখনৰ গৰাকী মোস্তাফা নামৰ যুৱক জনক ২०হাজাৰ টকা দিলে গাড়ীখনৰ খবৰ দিম বুলি কৈ ধমক দিছিল । উল্লেখযোগ্যযে অসম আৰক্ষীৰ শিৰ্ষ বিষয়াৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ সহযোগত ৰঙিয়া থানাৰ এটি দলে এই অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।অতিশিঘ্ৰেই মাষ্টাৰমাইণ্ড সঞ্জয় সিঙক আটক কৰিব পৰা যাব বুলিও প্ৰকাশ কৰে আৰক্ষীয়ে
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…