মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বোৱালগুৰিত ১ জুলাইত এদল দূৰ্বিত্তই এজন চিকিৎসা কৰ্মীক প্ৰহাৰ কৰে।আৰক্ষীয়ে যোৱা কালি ডিমাপুৰৰ পৰা তিনিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্ত কেইজন হ’ল মুকছিদুল ইছলাম, ,আফতাপ হুছেইন আৰু আনোৱাৰ হুছেইন । উল্লেখ্য যে যোৱা ১ জুলাই কৰ্মৰত অৱস্থাত স্বাস্থ্য কৰ্মী ছাইফুল ইছলামক ছয়-সাত জনীয়া দূৰ্বিত্তৰ দলে আক্ৰমণ কৰিছিল।পিছত ছাইফুল ইছলামে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।দোষীক কৰায়ত্বৰ দাবীত স্বাস্থ্য কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। এজাহাৰৰ ভিত্তিত এজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও বাকী কেইজন অভিযুক্ত পলাতক আছিল। বাকী কেইজন অভিযুক্তৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। তিনি অভিযুক্তক লাহৰীঘাট আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জিএমচিএইছৰ ধাত্ৰী কোষৰ প্ৰথমখন স্মৰণিকা “নাইটিংগেল” উন্মোচন
- তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লক্ষ্য ! বাৰাণসীত বিজেপিৰ হেভিৱেট নেতাৰ সৈতে গৈ মনোনয়ন দাখিল কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
- অসফল শিক্ষাৰ্থীৰ কথাও ভাবক, শিক্ষাৰ মান বাঢ়িব
- ৰূপনগৰত “ব’হাগৰ অন্তিমটো দিনত” সাহিত্য-সংস্কৃতিৰ মনোৰম আড্ডা
- প্ৰথম বেটেলিয়ান এছএছবিৰ উদ্যোগত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া আয়ুৰ্বেদিক চিকিৎসা শিবিৰ
- সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য ! ৭ টা সোণসহ মুঠ পদক ১৭ টা
- গুৱাহাটী মহানগৰৰ চছলত বহাগী উৎসৱৰ সফল সামৰণি…
- এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…
- শিল্পী জুবিন গাৰ্গক কােনে দিলে কবিতা উপহাৰ…
- মহাপুৰুষ শ্ৰীশ্ৰী গোপালদেৱৰ ৪১৩ সংখ্যক তিৰোভাৱ আৰু ৪৮৩ সংখ্যক আবিৰ্ভাব তিথি…