মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীয়ে যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৰচলা আৰক্ষী চকীৰ অন্তৰ্গত পলাহজুৰি গাঁৱৰ ভেজাল ডিজেল প্ৰস্তুত কৰা কাৰখানাটো উৎখাতৰ লগতে এজন লোকক আটক কৰে । আৰক্ষীয়ে পলাহজুৰি গাঁৱৰ অভিযান চলাই আটক কৰা ভেজাল পেট্ৰ’ল, ডিজেল প্ৰস্তুতকাৰীজনৰ নামৰ হান্নান উদ্দিন । ধৃত লোক জনৰ জিম্মাৰ পৰা ভেজাল তেল ভৰ্তি ৩ ড্ৰাম , খালী ১২ টা খালী ড্ৰাম ডাঙৰ,সৰু ১১ টা ড্ৰাম সহ কেমিকেল আৰু মিশ্ৰণৰ সা সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে হান্নানে কেৰাচিন তেল সংগ্ৰহ কৰি তাত ৰাসায়নিক কেমেৰাকেল মিশ্ৰণ কৰি ভেজাল ডিজেল , পে’ট্ৰল প্ৰস্তুত কৰি ৰমৰমীয়া বেহা চলাই আছিল। অবশেষত হান্নান উদ্দিনৰ অসাধু বেপাৰীজনত আৰক্ষীৰ জালত পৰিল ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…
- বিজেপিৰ হৈ সেৱা কৰিব বুলি মিছা কৈছিল আনন্দ মিশ্ৰইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…
- কেন্দ্ৰীয় খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ নিৰ্দেশনা ! ফল পকোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব কেলচিয়াম কাৰ্বাইড…
- ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…
- পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ জিৰিবাছা ভেটাপাৰাত হাতী-মানুহৰ সংঘাত, নিহত এজন…
- মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন…
- Cannes চলচ্চিত্ৰ মহোৎসৱত কাৰ সৈতে অসমীয়াত কথা পাতিলে আইমী বৰুৱাই…