বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তেওঁলোকৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত সকলো কর্মীৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ অৱশ্যে আন কোনো কর্মী ক’ভিড পজিটিভ হোৱা নাই৷ উগাণ্ডা আৰু ছার্বিয়াৰ এগৰাকী প্রশিক্ষক আৰু এগৰাকী এথলিট ক’ভিড পজিটিভ হোৱাৰ পিছত অলিম্পিকৰ গেম ভিলেজৰ দুগৰাকীকৈ কর্মী ক’ভিডত আক্রান্ত হোৱাটো আয়োজক মণ্ডলীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…