মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত তথা একশৰণ হৰিনাম ধৰ্মৰ ধ্বজাবাহক বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতা কিছুদিন ধৰি শাৰীৰিক ভাৱে অসুস্থ হৈ আছে ।
মহান পুৰুষজনাৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদেশ্যে বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ:সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে বৰঙ্গাজুলি সত্ৰত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰি আশু-আৰোগ্য কামনা কৰি পৰমপিতা পৰমেশ্বৰৰ শ্ৰীচৰণত প্ৰণিপাত জনাই।
ভকত শিৰোমণি হৰকৃষ্ণ মহন্ত আতা দেৱৰ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে ওদালগুৰি জিলাৰ উপায়ুক্ত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (হস্পিটেল)ত যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি আছুৰ উপ: সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই জানিবলৈ দিয়ে।মহান পুৰুষ জনাৰ সুচিকিৎসাৰ বাবে সকলো ব্যৱস্থা তৎকালীন ভাবে গ্ৰহন কৰিবলৈ ছাত্ৰ সন্থা আৰু ভক্তপ্ৰাণ ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…
- হলিউডৰ ব্লকবাষ্টাৰ চিনেমা টাইটানিকৰ কেপ্তেইন স্মিথ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান…