সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টিকাৰী ক’ভিড মহামাৰীৰ ভয়াৱহ প্ৰকোপৰ মাজতে আশাৰ সঞ্চাৰ আনিছে VEDICAL 9, শীৰ্ষক ইন্দো-জাৰ্মান কোম্পানী Vedicinals India pvt ltd ৰ NUTRACITICALS MEDICINE য়ে। যিয়ে COVID19 ৰ সহযোগী চিকিৎসাৰ ঔষধ ৰূপে প্ৰয়োগ কৰিব পাৰিব বুলি গৱেষণাত আশা প্ৰকাশ কৰা হৈছে । বিশেষকৈ দীর্ঘদিনীয়া ক’ভিড১৯ ৰ লগতে ক’ভিডৰ পিছৰ সময়ছোৱাৰ ব্যাধি এই NUTRACITICALS MEDICINE য়ে নাইকিয়া কৰিব বুলি নিৰ্ধাৰণ কৰা হৈছে। প্ৰাকৃতিক বনৌষধি যুক্ত উদ্ভিদৰ পৰা লোৱা ৯ টা বিশেষ সক্ৰিয় অণু (MOLECULE)ৰে তৈয়াৰ কৰা হৈছে এই NUTRACITICALS MEDICINE । উল্লেখযোগ্য এই ঔষধৰ গৱেষণা আৰু সম্পূৰ্ণ গৱেষণাৰ প্ৰতিবেদন প্ৰস্তুতত জাৰ্মানী,পুনে আৰু হাইদৰাবাদৰ তিনিটা কোম্পানীৰ লগতে অসমৰ চৰাইদেউ জিলাৰ সোণাৰিৰ যুৱক অমৃত প্ৰীতম ভূঞাই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অমৃত প্ৰীতম ভূঞা আৰু তেওঁৰ সতীৰ্থ ড° বেভৱ চাবলে VEDICLINICAL-19 ঔষধৰ COMPUTIONAL BIOLOGY & INSILICO DRUG DISCOVERY ৰ সম্পূৰ্ণ গৱেষণাৰ লগতে ঔষধৰ বাবে প্ৰয়োজনীয় সম্পূৰ্ণ শৰীৰৰ ৭১ টা বিশেষ ভূমিকাক সামৰি শ্বেতপত্ৰ প্ৰস্তুত কৰিছে।বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰা অমৃত প্ৰীতম ভূঞা ষ্টাৰ্ট আপ কোম্পানী “Mr. Biologist”ৰ স্বত্বাধিকাৰী। কোম্পানীটোৰ ৱেবচাইটত প্ৰকাশ পোৱা অনুসৰি অনুসৰি অসম সন্তান অমৃত প্ৰীতম ভূঞাই তেওঁলোকৰ DIRECTOR OF BOARD তো স্থান লাভ কৰিছে। FSSI চৰ্টিফিকেটৰ সৈতে এই Nutraceuticals ইতিমধ্যে গ্ৰাহকৰ বাবে অনলাইনত উপলব্ধ হৈছে ঔষধবিধ। এই সন্দৰ্ভত সবিশেষ তথ্য http://www.vedicinals.com ত বৰ্ণনা কৰা হৈছে। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ডিজিটেল আলোচনীত প্ৰকাশ পোৱা তথ্য অনুসৰি আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা HUMAN CLINICAL TRIAL ৰ সফলতাই প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে মহামাৰী COVID19 আৰু ইয়াৰ পাৰ্শব্বিক ক্ৰিয়াৰ ৰ সৈতে যুঁজিবলৈ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…
- অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…
- পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…