বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত কালি চোৰাং কাঠৰ সৈতে এখন ৪০৭ ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰে ।জানিব পৰা মতে যোৱা নিশা বিশ্বনাথ আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অসম অৰুণাচল সীমান্ত তহল দি থকা অৱস্থাত এখন ৪০৭ ট্ৰাক নম্বৰ AS 12-E 1631 প্ৰত্যক্ষ কৰে । পিছত গাড়ী খন আৰক্ষীয়ে খেদি যোৱাত ট্ৰাক খন অলপ দুৰ গৈ ৰাষ্টাতে গাড়ী খন এৰি থৈ চালক জন পলাই পত্ৰং দিয়ে । ট্ৰাক খনৰ ওচৰ চপাত আৰক্ষীয়ে চোৰাং কাঠ প্ৰত্যক্ষ কৰি লগে লগে অধীক্ষক গৰাকীয়ে ট্ৰাক খন ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল নেওগক জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে ।আৰু ইয়াৰ পিছতেই ইটাখোলা আৰক্ষীয়ে উৰ্ধতন কৰ্তৃপক্ষৰ নিৰ্দেশত ইটাখোলাস্থিত ডিপলোঙা বন বিষয়া সংমণ্ডল কাৰ্যালয়ৰ ৰেঞ্জৰ ধনেশ্বৰ দলেক মাতি আনি চমজাই দিয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- ধুবুৰীৰ নিৰুদিষ্ট অনিমা ৰায়ৰ দুমাহে নোলাল সন্ধান…
- কটন বিশ্ববিদ্যালয়ৰ ভূমি সংক্ৰান্তীয় বিষয়ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক শিক্ষক সংস্থাৰ আদৰণি…
- খানামুখত সাংবাদিক ৰজত বৈশ্যৰ স্মৃতিচাৰণ সভা সম্পন্ন…
- সাধাৰণ জনতাৰ বাবে সু-খবৰ ! মূল্য হ্ৰাস হ’ব পেট্ৰল-ডিজেলৰ…
- চৰাইদেউৰ সাপেখাতিত নিৰুদ্দেশ দিপালী গগৈ নামৰ এগৰাকী বোৱাৰী
- অসুস্থ বলীউডৰ আইটেম গাৰ্ল ৰাখী সাৱন্ত ! প্ৰাক্তন স্বামী ৰিতেশ সিঙে দিলে ৰাখীৰ স্বাস্থ্য অৱনতিৰ মূল কাৰণ…