ওদালগুৰি জিলাৰ মাজবাটস্থ হনুমান মন্দিৰ প্রাংগনত ১৫জুলাইত দিনৰ ১১:০০ বজাত বিশ্ব হিন্দু পৰিষদ মাজবাট প্ৰখণ্ডৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে বিশ্ব হিন্দু পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি নিপেন শৰ্মায়। সভাত পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিত বিশ্ব হিন্দু পৰিষদ মাজবাট প্রখণ্ডৰ সভাপতি হিচাপে প্রদীপ শৰ্মা , উপ সভাপতি হিচাপে দুৰ্গা ভট্টৰায়, সম্পাদক ফনি শৰ্মা , প্রচাৰ সম্পাদক সন্তোষ পাটোৱাৰী, সৎ সংঘ প্রমোখ উমেশ দাস, গো ৰক্ষা প্রমুখ ৰঞ্জন বসুমাতাৰী আদিক লৈ এক শক্তিশালী সমিতি গঠন কৰে। আজিৰ সভাত ওদালগুৰি জিলা বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তা পুলকেশ ৰাভা, সুভাষ চন্দ্র বিশ্বাস, বিৰেন নাৰ্জাৰী, মাজবাট প্রখণ্ড বজৰং দলৰ দিপেন বসুমতাৰী, ফনিন্দ্র উপাধ্যায় আদি উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…