বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি দিন হাজিৰা কৰি খোৱা লোকক অসম বিধানসভাৰ অধ্যক্ষ, পানেৰীৰ বিধায়ক বিশ্বজিত দৈমাৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে খালিংদুৱাৰ মণ্ডল কমিটিৰ অধীনত পানেৰী বিধানসভা সমষ্টিৰ লগতে খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলে আৰ্থিকভাৱে জুৰুলাপ্ৰায় অৰ্ধ শতাধিক লোকক টিন-পাট বিতৰন কৰে। বাৰিষাৰ সময়ছোৱাত দুখীয়া দৰিদ্ৰ লোকসকলে আৰ্থিক ভাবে দুৰ্বলতাৰ বাবে থকা নিজৰ ঘৰটোৰ মেৰামতি কৰিব নোৱাৰা সময়ত বিজেপি দলৰ কাৰ্যকৰ্তা সকলে ঘৰে -ঘৰে পদূলিৰ সন্মূখত গৈ ১ বানকৈ টিনপাট দিয়াত সন্তুষ্টি প্ৰকাশ কৰে। আনহাতে, পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, অসম বিধানসভা অধিবেশন চলি থকা হেতুকে নিজে সমষ্টিত উপস্থিত থাকিব নোৱাৰা সত্বেও, বৰ্তমান ক’ৰনা মহামাৰীৰ ফলত সাধাৰণ তথা দুখীয়া-দৰিদ্ৰ লোকসকলৰ মাজত আৰ্থিক দুৰ্যোগ সৃষ্টি হোৱা সময়ছোৱাত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সমষ্টিবাসীয়ে বিধায়ক গৰাকীৰ লগতে দলৰ কাৰ্যকৰ্তা সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…