ভাৰতৰ স্বাধীনতা ৭৫ বছৰৰ উপলক্ষে সপ্তাহযোৰি চলাই স্বাধীনতা অমৃত মহোৎসৱ।ভাৰত চৰকাৰ নিৰ্দেশ মৰ্মে চলা এই মহোৎসৱ মৰিগাঁৱটো যোৱা ১৪ জুলাই পৰা ২১ জুলাইলৈকে আৰম্ভ কৰে।এই সময়চোৱাত মৰিগাঁও জিলাত চাৰিটা পথত দুয়োকাষে গছপুলি ৰোপণৰ ব্যবস্হা কৰে।সেই মৰ্মে শুক্ৰবাৰে মৰিগাঁও ভূৰবন্ধাত ভূৰবন্ধা খাটৰবৰি পৰা কালিকাজাৰি হৈ বৰচলালৈ যোৱা পথটিত প্ৰায় সোতৰ শ মিটাৰ পথত গছপুলি ৰোপনৰ ব্যবস্হা কৰে।উক্ত গছপুলি ৰোপন অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা গড়কপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি,সহকাৰি কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা প্ৰদিপ ৰাজখোৱা,শাখা সহায়ক কৃষ্ণ ডেকা, সাংবাদিক পুলিন কাকতি,তুলেন মেধি,ৱাচিম খান সহ বহু কেইজন লোক।অনুষ্ঠানত উপস্থিত থাকি কাৰ্যবাহী অভিযন্তা অভিজিত চৌধুৰি লগতে সহকাৰী কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই কয় যে এই আচনি জড়িয়তে অসমৰ ১৫৪ টা পথত গছপুলি ৰোপন কৰা ব্যবস্হা কৰিছে তাৰে ভিতৰত মৰিগাঁও জিলা চাৰিটা পথ ক্ৰমে ভূৰবন্ধা,বাৰপূজিয়া,শলমাৰি আৰু লাহৰিঘাটৰ এই কেইটা পথত গছপুলি ৰোপণ কৰে।লগতে এই গছপুলি ৰোপন কৰা অঞ্চলৰ সাধাৰণ ৰাইজকো এই কামত সহযোগ কৰায়।ইফালে সেই অনুষ্ঠানতে উপস্থিত থাকি জিলা সহকাৰি কাৰ্যবাহী অভিযন্তা মৃণাল বৰাই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰা লগতে এই গছপুলি সমুহৰ সুৰক্ষা দিব বাবে ৰাইজক অনুৰুধ জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…
- চিলাপথাৰত চাৰিটা দিনে সন্ধানহীন নৱমশ্ৰেণীৰ ছাত্ৰ নিৰজ গোস্বামী ! অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য…