অসম চৰকাৰৰ এক নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ এলেকাসহ ওদালগুৰি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া মলয় কুমাৰ আচাৰ্যই ৰৌতা আৰক্ষী থানালৈ বদলি হৈ আহে । সেয়েহে ৰৌতা আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কালি ১৯ জুলাইৰ দিনা থানাৰ দায়িত্বভাৰ গ্ৰহণ কৰে । গতিকে বৃহত্তৰ ৰৌতা অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীৰ জনসধাৰণে নতুনকৈ আহি কাৰ্যত যোগদান কৰা নতুন আৰক্ষী বিষয়াগৰাকীক সম্ভায়ণ জনাইছে । তদুপৰি এই নতুন আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত বৃহত্তৰ ৰৌতা অঞ্চলটো দুৰ্নীতি মুক্ত হোৱাৰ লগতে ড্ৰাগছ মুক্ত আৰু ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে । আনহাতে এই ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাই ওদালগুৰি জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়লৈকে আজি বদলি হৈ যায় বুলি জানিব পৰা গৈছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…