নাজিৰা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত ২০ জুলাইত বাঁহগড় নাট্য মন্দিৰত ক’ভিড – ১৯ৰ প্ৰতিষেধক টিকাকৰণ প্ৰদান কৰা হয়।আজিৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰা শিৱিৰটিত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰাঞ্জল কুমাৰ চহৰীয়া,সত্যজিত মিলি,টুনু কলিতা,বিকাশ গগৈকে আদি কৰি লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, উপ-সভাপতি দাদুল নেওগ,যুটীয়া সম্পাদক শংকুমণি কলিতা,সমাজসেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্ত,নাজিৰা আঞ্চলিকৰ সভাপতি বুবলু দত্ত আৰু সাধাৰণ সম্পাদক দেৱজিত দাসৰ লগতে আন সদস্যসকল উপস্থিত থাকি সহযোগ আগবঢ়ায় । স্থানীয় গাঁওবাসী ৰাইজক ক’ভিড – ১৯ ৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰাৰ বাবে নাজিৰা স্বাস্থ্য বিভাগকৰ বিষয়ববীয়াসকলক ফুলাম গামোছাতে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে সংগঠনটিৰ বিষয়ববীয়াসকলে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…