সংস্থাপন বিচাৰি গৈ বহি: ৰাজ্যত মৃত্যুক সাৱটিলে অসমৰ এজন যুৱকে । চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত নৱজ্যোতি গাৱঁৰ নিৰ্বাসী উপেন হাজৰিকা আৰু দুলুমণি হাজৰিকাৰ পুত্ৰ প্ৰশান্ত হাজৰিকাই (২৭) সংস্থাপন বিচাৰি ২০১২ চনতে বাংগালুৰৰ এখন ব্যক্তিগত প্ৰতিস্থানৰ কৰ্ম ৰত হৈ আছিল।কামৰ মাজতে আজৰি সময় উলিয়াই অভিনয় কৰি সামাজিক মাধ্যমৰ মাজেৰে নিজৰ প্ৰতিভাৰে চিনাকি দিবলৈ সক্ষম হোৱা আমায়িক স্বভাৱৰ যুৱক জন যোৱা নিশা হঠাৎ আত্মহত্যা কৰাৰ বাতৰি পাই হতভম্ভ হৈ পৰে পৰিয়ালৰ লোক । পৰিয়ালৰ লোকে জনোৱা অনুসৰি ব্যক্তিগত প্ৰতিস্থান এচ ,চি ,এম ই চিকিউৰৰিটি ছাৰ্ভিছ ৰ স্বত্বাধিকাৰী মৰিগাঁওৰ নিৰ্বাসী নজৰুল ইছলামৰ সৈতে হোৱা কথা বতৰাত সন্দেহ জনক হোৱাৰ লগতে মৃত প্ৰশান্ত হাজৰিকাৰ ফটো দেখাৰ পাছতে পৰিয়ালৰ লোকে আচলতে আত্মহত্যা নহয় ,পৰিকল্পিত ভাৱে হত্যা কৰিছে বুলি দাবী কৰিছে । আনহাতে মৃত প্ৰশান্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ অসীম হাজৰিকাই এই হত্যা কাণ্ডৰ উচিত তদন্ত বিচাৰি আজি চৰাইদেউ জিলা উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক লিখিত আবেদন জনাইছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…