পুনৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত এই গৰাকী ড্ৰাগছ আসক্ত পিতৃয়ে বিক্ৰী কৰিলে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰক। আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্তটোৱে নিজৰ পুত্ৰক অঞ্চলটোৰ গৰৈমাৰীৰ ছাজিদা খাতুন নামৰ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল।ইফালে এই সন্দৰ্ভত শুকুৰবাৰে আমিনুল ইছলামৰ পত্নী তথা বিক্ৰী কৰা শিশুটিৰ মাতৃ ৰুকমিনা বেগমে।ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ আসক্ত আমিনুল ইছলাম আৰু ছাজিদা খাতুনক দুয়োকে আটক কৰিছে।আনহাতে আৰক্ষীয়ে শিশুটি মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ কৰি মাতৃ ৰুকমিনাৰ হাতত চমজাই দিয়ে।এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিশুটিৰ মাতৃ ৰুকমিনা বেগমৰ লগতে আত্মীয়ই ক’লে এনেদৰে l

