অসম বুক অৱ ৰেকৰ্ডছত জেবিন লাইলা আহমেদৰ নাম সন্নিবিষ্ট হ’ল।উদীয়মান লেখিকা জেবিন লাইলা আহমেদ” নাৰী দৰ্পণ” শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে I এইখন হৈছে ৩ ছেণ্টিমিটাৰ দীঘল আৰু ২.৫ ছেণ্টিমিটাৰ পঠালিৰ মুঠ ১১টা প্ৰৱন্ধযুক্ত নাৰীৰ বাস্তৱ জীৱনৰ আধাৰিত এখন প্ৰৱন্ধ। পুথি খনৰ মূল বিষয় হ’ল নাৰী গৰ্ভৰ পৰা বৃদ্ধলৈ নিৰ্যাতন হৈয়ো জীয়াই থাকিবলৈ সাহস কৰা।এই কিতাপখন অসমৰ আটাইতকৈ সৰু কিতাপ ৰূপে অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে। জেবিন লাইলা আহমেদ গুৱাহাটী জ্যোতি নগৰ নিবাসী অঞ্জুমা বেগম আৰু জাকিৰ আহমেদৰ কন্যা।এই ৰেকৰ্ড সম্পৰ্কীয় সবিশেষ তথ্য ইতিমধ্যেই অসম বুক অৱ ৰেকৰ্ডৰ ৱেবছাইট www.assambookofrecords.in ত উপলব্ধ হৈছে I
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…
- পদুমনিত কাৰ হেমাহিত বিশুদ্ধ খোৱা পানীৰ সেৱনত বঞ্চিত তিনি শতাধিক পৰিয়াল…
- হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছৱে’ত চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু…
- বঙাইগাঁৱত অটোৰ ওপৰতে বাগৰি পৰিল গছঃ এজনৰ মৃত্যু , আহত আন এজন
- ক্ৰীড়াৰ জড়িয়তে মানব সম্পদ গঢ়াৰ প্ৰচেষ্টা ডঃ অৰ্চনা ভট্টাচাৰ্যৰ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…