ধুবুৰী জিলা যক্ষ্মা কেন্দ্রৰ উদ্দোগত ভাৰচুয়েল পদ্ধতিত আজি ধুবুৰী জিলা যক্ষ্মা হস্পিতাল প্ৰাংগনত ৰাজ্যিক যক্ষ্মা গোট, গুৱাহাটীৰ পৰা পৰিচালিত হোৱা অনুষ্ঠানটোত সকলো জিলা গোট অংশ গ্রহন কৰে। অনুষ্ঠানটোত মূলত যক্ষ্মা নিয়ন্ত্রণৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি। এই সম্পর্কে সাংবাদিক সকল ক্ষেত্রেই অবগত কৰা হয়। আৰু সমাজত সজাগতা আনিবলৈ সাংবাদিক সকলক অনুৰোধ কৰা হয়। অনষ্ঠান ত জিলা যক্ষ্মা বিষয়া ড: জে বি ৰয় কয়”- আজি ৰ এই কৰ্ম শালাত ভাগ লোৱা জিলা খনৰ বিভিন্ন ঠাইৰ পৰা অহা ২৮ জন সাংবাদিক ক সংবর্ধনা জ্ঞাপন কৰা হয়। সভাত ধুবুৰী যক্ষ্মা হস্পিতালৰ উপ-অধক্ষ্য এম চি দাস উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…