দাতিয়ালবঢ়িত ধিং সমষ্টিৰ যুৱ মৰ্চাৰ উদ্যোগত AIUDF দলৰ সংবাদ মেল

মৰিগাঁও জিলাৰ  ধিং সমষ্টিৰ অন্তৰ্গত দাতিয়ালবঢ়িত যোৱা কালি ১৩ আগষ্টত ধিং সমষ্টিৰ  যুৱ মৰ্চাৰ সংবাদ মেল। সংবাদ মেলত দলটোৰ ধিং সমষ্টিৰ নেতৃত্বই উভিলে ধৰিলে বিধায়ক অখিল গগৈক,ৰাইজৰ দলৰ নেতাক। অখিল গগৈক মানসিক বিকাৰগ্ৰস্থ আখ্যা দিয়ে AIUDFদলৰ ধিং সমষ্টিৰ নেতৃত্বই। ইপিনে গৰু চুৰি আৰু গৰু চিণ্ডিকেটৰ লগত ৰাইজৰ দলৰ নেতৃত্বই জড়িত বুলি বিষ্ফোৰক অভিযোগ উত্থাপন কৰে সংবাদ মেলত। দল পৰিচালনাৰ বাবে অখিল গগৈ AIUDFৰ ১০কোটি টকা বিচৰা সন্দৰ্ভত! AIUDFনেতাৰ মন্তব্য অখিল গগৈৰ যদি সৎ সাহস আছে তেন্তে বিধায়ক আমিনুল ইছলামৰ প্ৰত্যাব্বান গ্ৰহণ কৰক।

Related Articles