বৰপেটা জিলাৰ ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ সীমামূৰীয়া গড়কাপ্তানি (লোক নিৰ্মান) পথৰ কাষেৰে বৈ গৈছে পহুমৰা নৈ ৷ সম্প্ৰতি এই নৈখনে ক্ৰমে বৃহত্তৰ কৰাগাড়ী গাওঁ , কয়াকুছি পাম , খৰমা আদি অঞ্চলৰ ৰাইজৰ সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,বহু অপেক্ষাৰ অন্তত এই গড়কাপ্তানি পথ নিৰ্মাণ হৈছে ৷ যদিও পহুমৰা নৈ’ৰ বিধ্বংসী গৰা খহনীয়াই এই পথৰ সংকট কঢ়িয়াই অনাত সম্প্ৰতি হতাশাত ভুগিছে ৰাইজে ৷ প্ৰণিধানযোগ্য যে, ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ ১০৪ নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খৰমা কয়াকুছি পাম সংযোগী পথৰ কাষেৰে জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ পৰম উপকাৰ সাধন কৰিবলৈ স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে আহ্বান জনাইছে ৰাইজে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…
- বহু ৰোগীক দৰব দি কৰিছিল হত্যাঃ মাৰ্কিন নাৰ্চক ৭৬০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে!
- হাইলাকান্দিত আৰক্ষীৰ জালত প্ৰৱঞ্চক ব্যৱসায়ী আব্দুল ৰজ্জাক…
- ৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…
- তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…