গোৱালপাৰা পুৱ সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে বানাক্ৰান্ত ৰাইজৰ মাজত থিয় দি বুজ ললে জনসাধাৰণৰ দুখ দুৰ্গতিৰ ৷বুধবাৰে বিধায়ক আলমে সমষ্টিখনৰ নৱাগত শিমলীতোলা বজাৰত দুদিনীয়াকৈ অনুষ্টিত হোৱা এখন কেৰম বৰ্ড খেল প্ৰতিযোগিতা কৰে অংশ গ্ৰহন কৰে ৷ইয়াৰ পিছত ততাতৈয়াকৈ নৱাগত শিমলীতোলাৰ কেবা ঠাইৰ বানাক্ৰান্ত ঠাই পৰিভ্ৰমণ কৰি বিধায়ক আলমে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে তেওলোকক বানপানীৰ পৰা নিজকে সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ৷বিধায়ক আলমে বৰ্তমানৰ চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত ৰিলিফ দিবলৈ ধন নাই বুলি এক মন্তব্য দি চৰকাৰে চালেবেৰে কোৱাই থকাৰ তাৎপৰ্য পুৰ্ন মন্তব্য কৰে ৷লগতে বিধায়কজনে ভৱিষ্যত বানীও দিয়ে ৷এইবাৰে হেনো অভাৰ বানপানী নহয় ৷কিয়নো চৰকাৰে ৰাইজক ৰিলিফ দিব নোৱাৰৰ বাবেই ভগবানে এইবাৰ বলে অভাৰ বানপানী নিদয়ে ৷বিধায়ক আলমে চৰকাৰে আনিব বিচৰা ভুমি নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ৷চৰকাৰেে আনিব বিচৰা ভুমি নীতিক কেতিয়াও আনিবলৈ নিদিয়ে বুলি উল্লেখ কৰি বিধান সভাৰ লগতে ৰাইজৰ কল্যানৰ হকে ন্যায়লয়ত যুজ দিয়াৰ কথা কয় বিধায়ক আলমে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…
- গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…
- কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…
- সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…
- হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…
- যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক…
- শিমলুগুৰিত ট্ৰেক্টৰৰ চেপাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু…