সদৌ ওদালগুৰি জিলাৰ ছাত্ৰ-যুৱ সমাজৰ উদ্যোগত আজি নলবাৰী খেল পথাৰত অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংছাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মক হত্যা কৰাৰ অভিযোগ তুলি ধৰ্ণা কাৰ্মসূচী ৰূপায়ণ। দিনৰ ১১ বজাত ছাত্ৰ -ছাত্ৰী সকল প্ৰতিবাদৰ বাবে হাতে হাতে বেনাৰ,ফেষ্টুন আদি লৈ সমবেত হয় যদিও আৰক্ষীৰ দলে সমদল কৰি প্ৰতিবাদ জনোৱাত বাধা আৰোপ কৰে।আৰক্ষীৰ এই বাধা নেওচি নলবাৰী খেলপথাৰতে সমবেত হৈ অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰত জৌংচাৰ মোছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্মৰ হত্যাৰ CBI তদন্ত বিচাৰ ,অসম চৰকাৰ হায় হায়,অসম পুলিচ গো বেক, জয় বড়ো হাৰিনী আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে।নেতৃবৃন্দই কয়-নিৰীহ বড়ো যুৱকক এনেদৰে ভুৱা এনকাউন্টাৰ দেখুৱাই অসম আৰক্ষীয়ে হত্যা কৰাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু এই হত্যাকাণ্ডৰ এক ন্যায়িক তদন্ত হব লাগেবুলি দাবী জনায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…