নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তর্গত জাগাৰা গাওঁৰ পুৱ চুবুৰীৰ লগতে জাগাৰা গাওঁ পঞ্চায়তৰ অৱসৰী কর্মচাৰী ৰাজেন তালুকদাৰৰ যোৱা নিশা ( ৮৮) বছৰ বয়সত প্রেচাৰ স্ট্ৰোক হৈ বিয়োগ হয় ৷উল্লেখ্য তালুকদাৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানৰ লগত ওতঃ প্রোত ভাবে জৰিত হৈ থকাৰ উপৰি পূৱ জাগাৰা স্থিত ধর্মানুষ্ঠান বাবা তাৰক নাথ ধামৰ লগতো জড়িত আছিল। ৷ প্ৰয়াত তালুকদাৰ অতি সৰবৰহী তথা হাস্যবদনৰ লোক আছিল ৷তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলটো মৃয়মান হৈ পৰে। ৷আজি ৰাজেন তালুকদাৰৰ নশ্বৰ দেহ ৩০ (২) দক্ষিণ পকোৱা জাগাৰা পঞ্চায়তৰ কার্য্যালয়লৈ নি পঞ্চায়তৰ সভাপতি অজিত বৈশ্য,আঞ্চলিক পঞ্চায়তৰ সদস্যা গীতা ডেকাৰ লগতে বিজেপি নেতা অখিল গোস্বামী ,অৰবিন্দ বৈশ্যৰ লগতে অজস্ৰ গুনমুগ্ধই শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে ৷মৃৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিজন পুত্র বোৱাৰী ,নাতি, নাতিনীৰ লগতে অসংখ্য গুনমুগ্ধক এৰি থৈ যাই ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলড্ৰেনছ এছিয়ান গেমছত খেলাৰ বাবে ৰাছিয়ালৈ যাব অসমৰ দেবাংগনা তাঁতী…
- গুৱাহাটীত দুখনকৈ আই পি এল মেচ ! মহানগৰীত যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে…
- ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী জোনাইৰ এজন যুৱক…
- ৰমণী আলি অনিৰ্দিষ্ট কাললৈ পথ অৱৰোধ…
- বৰক্ষেত্ৰীত মুছলমান লোকৰ মৰম চেনেহ বিজেপিৰ লগত সদায় আছে !প্ৰধানমন্ত্ৰী মোডীক দেশৰ সূৰ্য আখ্যা মুখ্যমন্ত্ৰীৰ…
- মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…
- বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…
- চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…
- পুৰণিগুদামত দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…
- জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…