ধুবুৰীৰ ভাৰত – বাংলাদেশ সীমান্তৰ ভোগডহৰ চৰাঞ্চলৰ পৰা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ ।আটকাধীন ডকাইত জনৰ পৰা ৪ টা ছোলাৰ পেলেট সহ ২ টা বেটাৰী উদ্ধাৰ । ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে এক গোপন সুত্ৰে চলাইছিল এই সকল দূৰ্ধষ ডকাইতৰ বিৰুদ্ধে অভিযান , এই ডকাইত জনে এক চোকা অস্ত্ৰৰে ভাবুকি প্ৰদান কৰে কৃষ্ণক ৰাইজক ।স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ধুবুৰীৰ ভোগডহৰ চৰাঞ্চলত চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিছিল এই সমুহ ছোলাৰ , ধুবুৰীৰ ভাৰত – বাংলা সীমান্তত থকা চৰাঞ্চলৰ বিভিন্ন স্কুল শিক্ষাপ্ৰতিষ্ঠানৰ লগতে কৃষক ৰাইজৰ খেতিপথাৰত পানী যোগানৰ বাবে চৰকাৰে দিছিল এই সমুহ ছোলাৰ । আৰক্ষীয়ে উল্লেখ কৰা মতে এখন ছোলাৰৰ মুল্য আছিল প্ৰায় ৪৯ হাজাৰ টকা ,ইয়াৰ পাছত ডকাইত জন ভোগডহৰৰ কাঈম ভাষানী নজৰ আলী খানৰ পুত্ৰ ৰফিকুল খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে । ঘটনাস্থলীৰ পৰা আন দুগৰাকী ডকাইতৰ পলায়ন , ছোলাৰ পেলেট আৰু বেটাৰী সমূহ বাংলাদেশত চালান দিয়াৰ বাবে ডকাইতি কৰি আনি নিজৰ ঘৰত ৰাখিছিল এই সমুহ সামগ্ৰী । বৰ্তমান এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…