খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী, লাহৰীঘাটৰ ২ গৰাকী আৰু মৈৰাবাৰীৰ বহলামুখৰ ১ গৰাকী আছিল। নিজামউদ্দিনৰে সম্পৰ্কিত ২০ গৰাকী ব্যক্তি লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন গৃহত ৩১ মাৰ্চ আৰু ১ এপ্ৰিলৰ পৰা আছিল। ইয়াৰে ৫ গৰাকী ক’ভিড ১৯ পজিটিভ চিনাক্ত হোৱাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায়।ইফালে চিকিৎসালয়খনৰ কোৱাৰেণ্টাইনত থকা আন ১৫ গৰাকী ব্যক্তিৰ নমুনা পৰীক্ষাৰ অন্তত নিগেটিভ ওলোৱাত শনিবাৰে আটাইকেইগৰাকী লোককে জিলা স্বাস্থ্য বিভাগে একোখন গামোচাৰে আদৰণি জনাই একোটাকৈ ফল-মূলৰ টোপোলা দি ১০৮ মৃত্যুঞ্জয় সেৱাৰে নিজ নিজ গৃহলৈ লৈ যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…