কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল দ্বীপেন বৰুৱাৰ প্ৰেম কাহিনী।কণ্ঠশিল্পীগৰাকীৰ পত্নী চৈয়দা জ্যোৎস্না ৰহমানে শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয়।মৃত্যুৰ সময়ত জ্যোৎস্না ৰহমানৰ বয়স আছিল ৬১ বছৰ।২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।২০০৯ চনত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল।কোনো চিনেমাৰ কাহিনীতকৈ কম নাছিল দ্বীপেন বৰুৱাৰ প্ৰেম কাহিনী।১৯৭৬ চনত ‘তৰামাই’ ছবিৰ শ্বুটিঙৰ সময়ত তেওঁ লগ পাইছিল চৈয়দা জ্যোৎস্না ৰহমানক।পৰিয়ালৰ পৰা অহা বাধাৰ বাবে তেওঁলোকৰ প্ৰেমে বিবাহৰ ৰূপ পোৱা নাছিল।অপেক্ষা কৰিব লগা হৈছিল সুদীৰ্ঘ ৩৩ টাকৈ বছৰ। তেতিয়া প্ৰেমিকাৰ বয়স হৈছিল ৫৯ বছৰ আৰু দ্বীপেন বৰুৱাৰ বয়স আছিল ৬৪ বছৰ।

