
জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাতিৰ পিতাক স্মৰণ কৰি কয় যে গান্ধীজীয়ে আমাক আত্মনিৰ্ভৰশীল হোৱাৰ গুণাগুণ শিকাইছিল। আমি তেওঁৰ অৰ্থনৈতিক দৰ্শন, প্ৰগতিৰ এক নিশ্চিত মন্ত্ৰ অনুসৰণ কৰি থাকিব লাগিব। আজি অসম খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ ব’ৰ্ডত, বিভিন্ন ধৰণৰ খাদী আৰু হস্তশিল্পৰ সামগ্ৰী উপভোগ কৰাৰ সুযোগ লাভ কৰিছে। এটা চাৰ্ট ও ক্ৰয় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।


