আজি বিতৰ্কিত বিধায়ক শ্বেৰমান আলিৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ছহিদ দয়ানন্দ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড’ জয়নাথ শৰ্মাই।প্ৰাক্তনমন্ত্ৰী জয়নাথ শৰ্মাই কয় চৰকাৰৰ পদক্ষেপক মই আদৰনি জনাইছো।অপৰাধীক সদায় আইনগত শাস্তি প্ৰদান কৰিব লাগে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিধায়কজনক কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। প্ৰদেশ কংগ্ৰেছে শ্বেৰমান আলিক কাৰনদৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ পিছতহে গা লৰিছে চৰকাৰৰ।ইমানদিনে আইন ক’ত লুকাই আছিল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ।সোনাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে বিধায়কজনে বিতৰ্কিত মন্তব্য কৰিব নালাগিছিল। বিধায়ক পদত থাকি ৰাজনৈতিক মন্তব্য কৰিব লাগে। কিন্তু সেইবুলিয়েই সমাজৰ বিৰুদ্ধে মন্তব্য কৰাটো উচিত নহয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…