কংগ্ৰেছৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক নিলম্বন

অৱশেষত শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন।শ্বহীদক অপমান কৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখযোগ্য যে,বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে। আপত্তিজনক মন্তব্য কৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰিবলৈ বহু দল সংগঠনে চৰকাৰক দাবী জনাইছিল। ইয়াৰ পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম বিচাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল শ্বেৰমান আলীয়ে।

Related Articles