ধেমাজিত ব্লক কংগ্ৰেছৰ ধণা কাৰ্যসূচী ৰূপায়ণ।

ধেমাজিত ব্লক কংগ্ৰেছৰ ধণা কাৰ্যসূচী ৰূপায়ণ।সাতটাকৈ ব্লক কংগ্ৰেছৰ সদস্য সকলে আজি ধেমাজি তিনিআলিত উত্তৰ প্ৰদেশ চৰকাৰৰে কংগ্ৰেছ কমিতিৰ মাননীয় সম্পাদিকা প্ৰিয়ংঙ্কা ভদ্ৰাক প্ৰহাৰ কৰি আটক কৰাৰ প্ৰতিবাদত আজি ধেমাজি জিলা ব্লক কংগ্ৰেছ কমিতিৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদ কাৰি সকলৰ দাবী প্ৰিয়ংঙ্কা ভদ্ৰাক বিনা চত্তে মুকলি কৰি দিয়াৰ দাবীত আজি আদিত্য যোগী নাথৰ প্ৰতিমুত্তি দাহ কৰে৷

Related Articles