মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী মুক্তিৰ দাবী লাহৰীঘাট কংগ্ৰেছৰ প্ৰতিবাদ । স্হানীয়া বিধায়ক ডা: আছিফ নাজাৰৰ নেতৃত্বত হাযে হাতে প্লে- কাৰ্ড লৈ লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৮ গৰাকীকৈ স্বহীদ কৃষকৰ খবৰ ল’বলৈ যোবাৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰত যোগীৰ পুলিছ বাহিনীয়ে প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা ঘটনা দুৰ্ভাগ্যজন । গান্ধীৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে বিধায়ক আছিফে বিজেপি চৰকাৰে ৰাজতন্ত্ৰ শাসন চলোবা বুলি অভিযোগ কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…
- প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…
- ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…
- বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…
- ২০২৪ বিত্তীয় বৰ্ষত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত বেংক অফ মহাৰাষ্ট্ৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে আঁৰত বিজেপি…
- ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…
- বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জয়ন্তী উৎসৱ…
- আজি IPLৰ ১৭সংখ্যক সংস্কৰণৰ প্ৰথমখন প্লেঅফৰ মেচ, বতৰে দিব নেকি বিধি-পথালি…