প্ৰতিজন সফল ব্যক্তিৰ আৰত থাকে বেংকৰ অৱদান৷ বেংক ফাইনেঞ্চৰ অবিহনে কোনো ব্যৱসায় বানিজ্য প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়৷ জনসাধাৰনক ঋণ সম্পৰ্কে সজাগতা আৰু কিদৰে বেংকৰ পৰা ঋণ লব পাৰি সেই বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আজি তিনিচুকীয়াত ভাৰতীয় ষ্টেট বেংকৰ তিনিচুকীয়া শাখাই এখনি লোন মেলাৰ আয়োজন কৰে৷ উক্ত লোন মেলাত ষ্টেট বেংক তিনিচুকীয়া শাখাৰ মুখ্য পৰিচালক বিক্ৰম প্ৰসাদে ৰাইজক বিভিন্ন প্ৰকাৰৰ ঋণ আৰু এই ঋণসমূহৰ লাভালাভ আৰু কিদৰে আবেদন কৰিব পাৰি সেই বিষয়ে সম্যক ধাৰনা প্ৰদান কৰে৷ শাখাটোৰ ঋণ বিভাগৰ আন এগৰাকী পৰিচালক শ্যাম উপাধ্যায় সহ বহু কেইগৰাকী বেংক বিষয়াৰ উপস্থিত কেইবাজনো গ্ৰাহকে আজি গাড়ী ঋণ, ব্যক্তিগত ঋণ আৰু ব্যৱসায়ীক ঋণৰ বাবে আবেদন কৰে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰীঘাটত আৰ ডি মটৰ প্ৰাঃলিঃৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
- ছ’ছাইটি অৱ ফিটেল মেডিচিনৰ নৰ্থ ইষ্ট চেপ্টাৰৰ বাঘিনী প্ৰসূতা সচেতনতা বৃদ্ধিৰ উপলক্ষে ” বিশ্ব প্ৰি এক্লেমচিয়া দিৱস” পালন
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি, জীয়াই থাকিবলৈ শিকক…
- এখন ফুলাম গামোচাৰ মূল্য ২ লাখ ৫ হেজাৰ! কি বিশেষ আছে ফুলাম গামোচাখনত…
- এনাজৰীৰ বান্ধোন, তুমি আৰু মই……
- অসমীয়া জাতিটোৱে ৰাজহাড় পোন কৰি জীয়াই থাকিবলৈ শিকক…
- ধৈৰ্য আৰু সহনশীলতা: সুস্থ সমাজৰ অমোঘ অস্ত্ৰ…
- বকোৰ বৰুৱা বলিঝাৰৰ পথত একাঠু বোকা পানী ! নিৰ্লুপ্ত লোক নিৰ্মাণ বিভাগ…
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…