-গোলাঘাটত বহু দৰিদ্ৰ লোকে এটা ঔষধ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে পোহৰলৈ আহিছে অন্য এক ঘটনা।জানিব পৰা মতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ গুদামত বহু মূল্যবান ঔষধ পচিব ধৰিছে।যি ঘটনাই এতিয়া সৰ্বত্ৰে পতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি ৰাইজে চৰকাৰে প্ৰদান কৰা ঔষধ বিচাৰি গলে দিবলৈ অপাৰগ হোৱা চিকিৎসাকৰ্মী সকলে গুদামত এনে বহু মূল্যবান ঔষধ নষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে।ফলত ম্যাদ উকলি যোৱা এই ঔষধ সমূহ পচিবলৈ আৰম্ভ কৰিছে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে এই ঔষধসমূহ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। কাৰ গাফিলতিত এনেদৰে গুদামত ঔষধ পচিবলৈ ধৰিছে সেই লৈ এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। অতি সোনকালে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।ইফালে সচেতন মহলেও এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ…
- ৰাতিপুৱা শুই উঠি নাচাব এই ৫ টা বস্তু! গোটেই দিনটো বেয়া হ’ব…
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…