ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্ম জয়ন্তীৰ পালন কৰাৰ পিছত ইয়াৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ২১ দিনীয়াকৈ এক সেৱা আৰু সমৰ্পণৰ কায্যসূচী হাতত লৈছে। এইকাৰ্যসূচীৰ অংশ হিচাপে কালি বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ এটি সঁজাতী দলে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা, কালুবাৰী, পথালিপাৰা, বৰুৱা-বালিঝাৰ আদি বিভিন্ন ঠাইত একাংশ বিশেষভাৱে সক্ষম লোকৰ মাজত হুইল চেয়াৰ, ট্ৰাই চাইকেল, শ্ৰৱন সহায়ক, চকুৰ যন্ত্ৰ আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰে। সঁজাতী দলটোৱে প্ৰধান নৰেন্দ্ৰ মোডীৰ জন্ম দিন উপলক্ষে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সেৱাৰ মনোভাৱেৰে দৰিদ্ৰ, নিৰীহ, নিপীড়িত লোকক সহায়ৰ বাবেই ওলাই অহাৰ কথা অৱগত কৰাৰ লগতে আগন্তক সমায়ত পৰ্যায় ক্ৰমে সমগ্ৰ অসমতে ৰাইজক সহায়ৰ বাবে পদক্ষেপ হাতত লব বুলি কয়। সঁজাতী দলটোত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিয়াজ কুজুৰ, উপ-সভাপতি ক্ৰমেখলিলুৰ ৰহমান, তবিবুৰ ৰহমান, খাইৰুল ইছলাম, আব্দুছ ছালাম, অঞ্জুমা বেগম,সাধাৰণ সম্পাদকদ্বয় ছহিদুল ইছলাম,মোস্তাফ উদ্দিন আহমেদ, কাৰ্যালয় সম্পাদক যশপাল সিঙ, কাৰ্যনিৰ্বাহক সদস্য ওচমান গনি, আলাউদ্দিন আৰু ইলিয়াছ আলী উপস্থিত থাকে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- পশ্চিম কাৰ্বি আংলংঙৰ কান্দুলী সীমান্ত আৰক্ষী চকীত অসম আৰু মেঘালয়ৰ সীমান্ত শান্তি স্থাপন উদ্দেশ্য আলোচনা অনুষ্ঠিত…
- পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত শিৱসাগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট…
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…