দুৰ্গাপূজা যদিও এতিয়ালৈকে মৎশিল্পী সকলৰ আগৰদৰে নাই কোনো উৎসাহ উদ্দীপনা।ক’ৰোনা মহামাৰীয়ে দুবছৰ ধৰি জুৰুলা কৰি আৰ্থিকভাৱে দূৰ্বল কৰি তুলিছে।য’ত চৰকাৰে এতিয়ালৈকে মৃৎশিল্পীৰ প্ৰতি কোনো আঁচনি গ্ৰহন কৰা নাই এই ক্ষোভ মৃৎ শিল্পী সকলৰ।
এই সন্দৰ্ভত ওদালগুৰি চহৰৰ অৰ্পিতা শিল্পালয়ৰ মৃৎশিল্পী গোপাল সাহাই আক্ষেপ প্ৰকাশ কৰি কয়- কডিভ’১৯ৰ সময়ৰ পৰাই আমি মৃৎশিল্পী সকল ক্ষতিগ্ৰস্ত হৈ পৰিছো।বিশ্বকৰ্মা পূজা আদিকে ধৰি আন পূজা সমূহত প্ৰায় ২০/৩০ তকৈও অধিক মূৰ্ত্তিৰ অৰ্ডাৰ লাভ কৰো যদিও এতিয়ালৈকে দুৰ্গা পূজাৰ মূৰ্ত্তিৰ বাবে মাত্ৰ ৬ টাৰহে অৰ্ডাৰ লাভ কৰিছো।মই ৭০দকৰ পৰাই ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তৰ লক্ষী পূজা,স্বৰসতী পূজাকালি পূজা, বিশ্বকৰ্মা আদিকে ধৰি বিভিন্ন পূজাৰ মূৰ্ত্তি নিৰ্মাণ কৰি পৰিয়াল ভৰণ পোষন দি আহিছো যদিও এতিয়া সেই দিন নাই আৰু কৰুণা মহামাৰীৰ বাবে ব্যৱসায়ীও কমি গৈছে।।আনহাতে সকলো বয় বস্ত আদিৰ মূল্য বৃদ্ধিৰ ফলত পৰিয়াল চলোৱাত কষ্টকৰ হৈ পৰিছে।সেয়ে চৰকাৰে মৃৎশিল্পী সকলৰ জীৱন ধাৰণৰ কথা চিন্তা কৰি সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি বাৰে বাৰে কৈ অহাৰ পিছতো কোনো গুৰুত্ব নিদিয়া কাৰ্যই মৃৎ শিল্পী সকলক অৱহেলাত কৰাহে দেখা গৈছে।সেয়ে জিলাখনৰ ৰৌতা,ওৰাং,মাজবাটৰ চৰকাৰে মৃৎ শিল্পী সকলক আৰ্থিক সহায় আগবঢ়োবলৈ শিল্পী সকলে চৰকাৰক আহ্বান জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…