সমগ্ৰ দেশক কৰোণা মহামাৰীৰ আতংকৰ পৰা দেশৰ সৰ্বসাধাৰণ ৰাইজে কিছু সকাহ পোৱাৰ সময়ত সন্মুখত আহি পাইছেহি শ্ৰী শ্ৰী দুৰ্গা মাৰ মহাউৎসব । দুৰ্গাপূজালৈ মাত্ৰ চাৰিদিন থকাৰ সময়তে ওৰাং অঞ্চলৰ দুৰ্গাপূজা উদযাপন সমিতি সমূহে ব্যাপক প্ৰস্তুতি চলাইছে। অৱশ্যে এইবাৰ সকলো পূজা কমিটিয়ে চৰকাৰী নীতি নিৰ্দেশনা মানি পূজা উদযাপন কৰিব ।সৰ্বসাধাৰণ ৰাইজে দুবছৰে পূজা উদযাপন কৰাৰ পৰা বিৰত থাকিব লগীয়া হোৱাৰ পিছত এইবাৰ আগৰ তুলনাত কিছু সকাহ পোৱাত হেতুকে ভক্ত বৃন্দৰ মাজত উৎসাহ উদ্দীপনা ,আনন্দ উল্লাহৰ পৰিবেশ পৰিলক্ষিত হৈছে । ওৰাং ৰাজহুৱা দুৰ্গাপূজা উদযাপন সমিতি, চমুৱাগাঁও ,পশ্ছিম চমুৱাগাঁও,গৰুবান্ধা, ওৰাং সপ্তাহিক বজাৰ , ওৰাং বাগান ৰৌমাৰী,নিছিলামাৰী,গেলাবিল, পাউৰীপোটা , লক্ষ্মী মন্দিৰ দুৰ্গা পূজা , লগতে ওৰাং অঞ্চলৰ ১৯ খনকৈ পূজা সমিতিয়ে গ্ৰ্হন কৰিছে তেওঁ লোকৰ কাৰ্যপন্থা। ওৰাং চাৰিআলি মিলনজ্যোতি সংঘদুৰ্গাপূজা উদযাপন সমিতিৰ সভাপতি জনাইছে-দুবছৰ ধৰি কমিব মহামাৰীৰ বাবে দুৰ্গাপূজা পাতিব পৰা নাছিলো্।এইবাৰ চৰকাৰে কমিব নীতি নিয়ম মানি পূজা পাতিবলৈ অনুমতি দিছে। সেইয়ে আমি কমিব নীতি মানি পূজা পাতিবলৈ সাজু হৈছো। সকলো সেচ্ছাসেৱক সকল সাজু হৈ উঠিছে। নৱৰাত্ৰি দিনৰ পৰাই আমাৰ পূজাৰ আনুষ্ঠানিকতা উদ্বোধন হৈছে। ইতিমধ্যে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকা , মাজবাটৰ চক্ৰ বিষয়া উৎপল ডেকা সৈতে পূজা সমিতিৰ ইতিমধ্যে আলোচনা পৰ্য্যালোচনা হৈছে বুলি জানিবলৈ দিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…