একাংশ সমাজ বিৰোধী চক্ৰ তথা অসাধু বণিকে দিনে নিশাই চলাই আহিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। এই চাম দূষ্টচক্ৰৰ হাতোৰাত ক্ষতি হৈছে বনাঞ্চলৰ লগতে বনজ সম্পদ। এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হৈছে নগুৰ নাকটি।শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বন বিভাগৰ সুৰক্ষা কৰ্মীয়ে সঘনাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাং বনজ সম্পদ। উল্লেখ্য যে ; আজি দিনৰ ১১ টা বজাত অৰ্থাৎ ৬ অক্টোবৰ এক গোপন খৱৰৰ ভিত্তিত বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুৰ ৰৌফৰ নেতৃত্বত কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীযৰ সৈতে অভিযান চলাই দক্ষিণ কামৰূপৰ চাম্পুপাৰাৰ জলজলী নদীত অবৈধ বালিখনন কৰি থকা অৱস্থাত ঘটনাস্থলিৰ পৰা এখন ইঞ্জিন চালিত নাও জব্দ কৰে আৰু বালিৰ খাচা সমূহ ধ্বংস কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে বন সুৰক্ষা কৰ্মী অহাৰ উমান পাই বালি খনন কৰা চৰাং ব্যৱসায়ি সকলে পলাই সাৰে। সম্প্ৰতি চোৰাং সামগ্ৰী তথা চোৰাং বালি সৰবৰাহ কৰা ইঞ্জিন চালিত নাওখন বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত ৰখা হৈছে। বন বিভাগৰ সফল অভিযানৰ বাবে সমাজ সচেতন ৰাইজে শলাগ লৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…