বাংলাদেশত বাস কৰা সনাতনী হিন্দু সকলক কৰা অত্যাচাৰ এয়া কনো নতুন কথা নহয় প্ৰায়ে নিৰ্যাতনৰ বলি হৈ আছিছে বাংলাদেশী হিন্দু সকল ।সেয়েহে এইবাৰো ২০২১ বৰ্ষৰ দুৰ্গোৎসৱৰ সময়ত বাংলাদেশৰ সনাতনী হিন্দু সকলক কৰা অমানৱীয় অত্যাচাৰ তথা মন্দিৰ পৰ্যন্ত ভাঙি দিয়া ঘটনাই সমগ্ৰ বিশ্বতে খলকনীৰ সৃষ্টি কৰিছিল।পৰিপেক্ষিতত হিন্দু সমাজক কৰা এনে অত্যাচাৰ আৰু নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন জনে বিভিন্ন ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছিল ।সমান্তৰালকৈ বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলা টংলা চহৰতো টংলা আঞ্চলিক সনাতনী সন্থা টংলা আঞ্চলিক ৰাম সেনা অসম লগতে টংলা বজৰংগ খণ্ডৰ উদ্যোগত যুটিয়াভাৱে টংলা চহৰত সহশ্ৰাধিক প্ৰতিবাদকাৰীৰ উপস্থিতিত মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিলক্ষিত হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুকালমুৱাৰ ৩নং কান্ধবাৰীত দুই ভাতৃৰ মাজৰ ভূমি বিবাদৰ চৰম পৰিণতি…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ ! অসমৰ সম্পদ পল্লৱ প্ৰাণ শাণ্ডিল্যই নাপালে কৰ্ম সংস্থাপন…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘কেৰিয়াৰ হাতপুথি’ত কি কি তথ্য আছে জানক…
- অধ্যাপক, বিশিষ্ট বিজ্ঞানী, অসম পেট্ৰকেমিকেলচৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী সঞ্চালক ড° মহেন্দ্ৰ বৰগোহাঞিৰ দেহাৱসান…
- বঙাইগাঁৱত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি বৰপেটা লোকসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ মন্তব্য…
- ভগৱান কৃষ্ণৰ জন্ম আৰু কংসৰ অত্যাচাৰ…
- বিহুৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ…
- অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…
- কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু…