সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বাংলাদেশৰ প্ৰধান মন্ত্ৰী স্বেখ হাচিনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷ আজি হোজাই জিলাৰ অন্তৰ্গত লামডিঙত বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যষ্ট কৰে হিন্দু জাগৰণ মঞ্চৰ লামডিঙ প্ৰখন্ডৰ লগতে ৰাষ্ট্ৰীয় বজৰংগ দল আৰ কেইবাটাও হিন্দুত্ববাদ সংগঠনে।বাংলাদেশত হিম্দু নাগৰিকৰ ওপৰত দূৰ্গা পুজাৰ সময়ত চলা অমানৱীয় আক্ৰমনৰ তীব্ৰ প্ৰতিবাদ কৰি উত্তাল কৰি তোলে লামডিঙ চহৰ। বাংলাদেশত হিন্দু হত্যা বন্ধ কৰক,বাংলাদেশৰ প্ৰধানমন্ত্ৰী স্বেখ হাচিনা মূৰ্দাবাদ,হিন্দু নাগৰিকৰ ওপৰত নিৰ্যাতন নচলিব,আদি প্ৰতিবাদী শ্লোগানত উত্তাল হৈ পৰে সমগ্ৰ অঞ্চল। লগতে লামডিঙৰ চিলড্ৰেন পাৰ্কত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…