ওদালগুৰি জিলাৰ ৰৌতা ঝাৰগাঁৱৰ বাসিন্দা মেধাবী ছাত্ৰ জিন্টু মনি ডেকা’ৰ “ব্ৰেইন টিউমাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুৰ্ভাগ্যজনক ভাবে দুয়োখন চকুৰ দৃষ্টি শক্তি হেৰুৱাব লগা হোৱাত দুৰ্ভগীয়া পৰিয়াল আৰ্থিক ভাৱে দুৰ্বল হোৱাৰ লগতে নানান ধৰণৰ অসুবিধাৰ কথা মঙলদৈৰ যুৱ সাংসদ দিলীপ শইকীয়াই মুখ্যমন্ত্রী সাহাৰ্য্য পুঁজিৰ ধনৰ পৰা #জিন্টু_মনি_ডেকাৰ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়ায় । সাংসদ শইকীয়াই প্ৰদান কৰা চেক ২২অক্টোৰত ৰৌতা মণ্ডল বিজেপি দলীয় কাৰ্য্যকর্তা ক্ৰমে মণ্ডল সভাপতি ৰবীন দৈমাৰী , জিলা যুৱ মৰ্চা সভাপতি কষ্ট বাগলাৰী , সা: সম্পাদক সমৰ হাজৰিকা , লগতে কেইবাজনো দলীয় কাৰ্য্যকৰ্তা জিন্টু ডেকাৰ বাসগৃহত গৈ উপস্থিত হৈ উক্ত চেক আগবঢ়ায় আৰু লগতে জিন্টু ডেকাৰ সুস্বাস্থ্য কামনা কৰিছে । দুৰ্ভাগ্য বসত ভাবে বহু কষ্টৰ মাজত দিন অতিবাহিত কৰি অহা মেধাবী ছাত্ৰ জিন্টু মণি ডেকা অতি সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰিছে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়েও ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…