বাংলাদেশত কক্সবজাৰ জিলাৰ উখিয়া উপ-জিলাৰ এটা ৰহিংগীয়া শিবিৰত মাদ্ৰাছাত হোৱা আক্ৰমণত ৭ জন লোক নিহত হোৱাৰ উপৰিও কেইবাজনো লোক আহত হয়।নিহত সকলক ৩২ বছৰীয়া হাফিজ মহম্মদ ইদ্ৰিছ, ২৪ বছৰীয়া ইব্ৰাহিম হুছেইন, ২২ বছৰীয়া আজিজুল হক, ৩২ বছৰীয়া মহম্মদ আমিন, মাদাৰছাৰ শিক্ষক নুৰ আলম, ৫৫ বছৰীয়া হামিদুল্লাহ, আন এজন ছাত্ৰ নুৰ কাইজাৰ, ১৫ বছৰীয়া বুলি চিনাক্ত কৰা হৈছে।এপিবিএনৰ অষ্টম উপ-কেপ্টেইন কামৰান হুছেইনে আইএএনএছক জনোৱা মতে, উগ্ৰপন্থীসকলে শুকুৰবাৰে দাৰুল উলুম নাদভাতুল উলমা আল-ইছলামিয়া মাদাৰচাত আক্ৰমণ কৰে।তেওঁ কয়, আহতসকলৰ ভিতৰত ৩ জনৰ চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয় আৰু মুজিব নামৰ এজন ব্যক্তিক জিম্মাত লোৱা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…