সমগ্ৰ বিশ্বৰ লগতে লামডিঙতো প্ৰতিবাদ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ বিৰুদ্ধে হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ চিলড্ৰেন পাৰ্কত ইস্কন মন্দিৰৰ উদোগত কীৰ্তন পাঠ কৰি অভিনব মাধ্যমত প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়। বাংলাদেশত হিন্দুৰ ওপৰত হোবা অমানৱীয় অত্যাচাৰ বিৰুদ্ধে আজি বিশ্বৰ 150 খন দেশৰ লগতে লামডিঙ চহৰৰ মাজ মজিয়াত থকা চিলড্ৰেন পাৰ্কত ইস্কন মন্দিৰৰ লগতে কেইবাটাও হিন্দুত্ববাদী সংগঠনে সাব্যস্ত কৰিলে কীৰ্তনৰ মাধ্যমত তীব্ৰ প্ৰতিবাদ৷ উল্লেখযোগ্য যে লামডিং চহৰত কেইবা শতাধিক ৰাইজ ওলাই আহি সাৱস্ত কৰিলে তীব্ৰ প্ৰতিবাদ৷ প্ৰতিবাদৰ মজিতে হুংকাৰ প্ৰদান কৰি কয় যে আমাৰ আন্দোলন চলি থাকিব যেতিয়ালৈ হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ নহব আৰু তেতিয়ালৈকে এই আন্দোলন চলি থাকিব।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কংগ্ৰেছক ভোট দিলে সুতা-কম্বল আৰু বিজেপিক দিলে চাকৰি, আয়ুস্মান কাৰ্ড পাব – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…