ওদালগুৰি জিলা ভেৰগাঁও মহকুমা অন্তৰ্গত পুৰণি ভেৰগাঁও জনতা সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা ২ সংখ্যক দিবা-নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৩১ অক্টোবৰ দেওবাৰে নিশা পুৰণি ভেৰগাঁও খেলপথাৰত অনুষ্ঠিত কৰা হয়।উল্লেখ্য যে পুৰণি ভেৰগাঁৱৰ চাঁৰিজনকৈ বিশিষ্ট ব্যক্তিৰ স্মৃতি সোঁৱৰণিত জনতা সংঘই প্ৰতিবছৰে দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত কৰি আহিছে পৰিপেক্ষিতত এইবেলিও (২)সংখ্যক দিবা নৈশ ফুটবল প্ৰতিযোগিতা বাৰেবৰণীয়া সাংস্কৃতিক বৰ্ণাঢ্য অনুষ্ঠানৰে যোৱা- ২৪ অক্টোবৰ তাৰিখৰ পৰা ৩১ অক্টোবৰলৈ ৭ দিনিয়া কাৰ্যসূচীৰে খেল অনুষ্ঠিত কৰা হয়।”””আৰু উক্ত নৈশ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন সুভ উদ্ধোধন কৰেভাৰতীয় জনতা পাৰ্টীৰ জনজাতী মৰ্ছাৰ জিলা সভাপতি জুওশ্ৰাংবড়ো।””আনহাতে বিশৃংখলতা বৰ্তাই ৰখা শান্তিৰ প্ৰতিক কপৌ চৰাই উৰুৱাই ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া জ্যোতিৰ্ময় পেগুৱে। আৰু লগতে তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখন উপভোগ কৰিবলৈ আলহী হিচাপে উপস্থিত থাকে ক্ৰমে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ভ্ৰীগো কাশ্যৱ শিল্পী বাবু বৰাৰ লগতে দাপুন দ্যা মিৰ’ৰ প্ৰতিষ্ঠাপক তথা বলিউদ অভিনেতা পবিত্ৰ ৰাভা সহ অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষীৰাম বড়োৰ লগতে জিলা/আঞ্চলিক আৰছু, এবছু, আছাৰ বিষয়ববীয়া সহ স্থানীয় ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতেঅসৰ জনপ্ৰিয় কৌতূক অভিনেতা বিপুল ৰাভাকো উপস্থিত থকা দেখা যায়।”””প্ৰায় ১০ সহশ্ৰ্ধিক দৰ্শকে উপভোগ কৰা তীব্ৰ উত্তেজনা পূৰ্ণ চুড়ান্ত খেল খন নাওবান্ধা চানৰাইজ Fc দল আৰু চুক্লাপাৰা ৰৈচুমৈ fcদলৰ মাজত অনুষ্ঠিত হয়।জিৰণীৰ পূৰ্ৱে প্ৰথমাৰ্ধত নাওবান্ধা দলে চুক্লাপাৰা দলক (১) গ’ল দি অগ্ৰগতি লাভ কৰে যদিও জিৰণীৰ পিছত দ্বিতীয়ৰ্ধত পুনৰ চুক্লাপাৰা দলে নাঁওবান্ধা দলক (১) গ’ল উভতাবলৈ সক্ষম হয়। অন্তত নাঁওবান্ধা দলে দুৰ্দান্ত খেল পৰিবেশনৰে একেৰাহে চুক্লাপাৰা দলক (২)গ’ল দি চূড়ান্ত খেলখনত নাওবান্ধা দলে ৩-১ গ’লৰ ব্যৱধানত চুক্লাপাৰা দলক পৰাস্ত কৰে আৰু উদ্ধোধক জুওশ্ৰাং বড়োৰ পৰা বিজয়ী ট্ৰফী সহ নগদ (৫০)পঞ্চাশ হাজাৰ টকাৰ প্ৰাইজমানি লাভ কৰিবলৈ সক্ষম হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…