১ নৱেম্বৰ তাৰিখৰ দিনা ৰাজ্যিক বিজেপিৰ নিদেশমৰ্মে ওদালগুৰি জিলাৰ আটাইকেইটা মণ্ডলত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টী ৰৌতা মণ্ডল সমিতিৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে মণ্ডলৰ সভাপতি ৰবীন দৈমাৰীয়ে । সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি সুনীল বসুমতাৰী ৰাজ্যিক সদস্য জিতু কিষান , সাধাৰণ সম্পাদক বিৰদাও বাসুমতাৰী ,লগতে দলীয় সকলো মৰ্চাৰ সভাপতি,সম্পাদক,মণ্ডলৰ বিষয়ববীয়া আৰু দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকি উক্ত সভা খন সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াই ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…
- বিনন্দীয়া ধৰিত্ৰীত প্লাষ্টিকৰ প্ৰভাৱ…
- এনডিএ-ৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভৱেশ কলিতাই…