ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ অন্তৰ্গত ন টা মণ্ডলৰ প্ৰত্যোকটোতে সোমবাৰে মণ্ডল কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ ইয়াৰে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্য চৰকাৰৰ শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকী সোমবাৰে বঙইগাঁও জিলাৰ টুলুঙীয়াস্থিতপণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ বিজ্ঞান শাখা শুভাৰম্ভৰ উদ্দেশ্যে জিলাখনত উপস্থিত হৈছিল ৷ মন্ত্ৰীগৰাকীয়ে জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ সৈতে সৃজনগ্ৰাম মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ দলীয় কৰ্মীসকলক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷ উল্লেখ্য যে মণ্ডলসমূহৰ কাৰ্যনিৰ্বাহক সভাত বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীৰ লগতে জিলা প্ৰভাৰী ব্ৰজ কুমাৰ দাস , জিলাৰ সহ প্ৰভাৰী ৰঞ্জন বৰা , জিলা বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় সৰকাৰৰ উপৰিও মণ্ডল সভাপতিসকল , মণ্ডল প্ৰভাৰীসকল তথা মণ্ডল কাৰ্যনিৰ্বাহক সদস্য- সদস্যাসকল উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিনৰ শুনানি…
- ৪৫০ টকাৰ বাবে কেব চালকৰ সৈতে কাজিয়া 12th Failৰ অভিনেতা বিক্ৰান্ত মেছিৰ! ভিডিঅ’ চাওক…
- আজি পুনৰ ছমাহৰ পিছত ভক্তৰ বাবে খোল খালে কেদাৰনাথ ধামৰ দুৱাৰ…
- আজি পবিত্ৰ অক্ষয় তৃতীয়া। দেৱী লক্ষ্মীক সন্তুষ্ট কৰি ধনী হোৱাৰ সোণালী সুযোগ, মাত্ৰ কৰিব লাগিব এটা কাম…
- ন্যায় পাবনে পংখীয়ে? পংখী সন্দিকৈৰ ন্যায়ৰ দাবীত আটাছুৰ ডিমৌত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ, নিষ্ঠুৰ নীতিকেশ দাসক ফাঁচীৰ দাবী…
- উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজত পুনৰ আৰম্ভ ফেৰী সেৱা…
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, সমাজকৰ্মী জিতেন বৰাৰ দেহাৱসান…
- দৰিদ্ৰতাক নেঁওচি জুয়ে পোৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ ভৰ্ষিতা
- উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণ হাৰে ঢলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ কঢ়িয়াই আনিলে আনন্দৰ বন্যা…
- পুত্ৰই আশানুৰূপ ফলাফল অৰ্জন কৰাৰ পাছতো এখন ঘৰত সৃষ্টি হ’ল কান্দোনৰ ৰোল ! পথ দুৰ্ঘটনাত নিহত ৰমেন বিশ্বাস উত্তীৰ্ণ হ’ল প্ৰথম বিভাগত…