ছিপাঝাৰ কলেজ আছু গোট গঠনৰ উদ্দেশ্যে কালি ছিপাঝাৰ নিম্ন বুনিয়াদী বিদ্যালয়ত ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত ছিপাঝাৰ মহাবিদ্যালয় আছু গোট গঠন কৰা হয়।ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি লক্ষীনন্দন বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আত ধৰে সাধাৰণ সম্পাদক চুমন বৰদলৈয়ে। উক্ত সভাত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্র সন্থাৰ বিত্ত সম্পাদক হৃদয় বৰুৱা, মঙলদৈ মহকুমা ছাত্র সন্থাৰ সভাপতি শুচিব্ৰত শইকীয়াৰ লগতে ছিপাঝাৰ আঞ্চলিক ছাত্র সন্থাৰ সদস্য সকল ।উক্ত সভাই সীমান্ত কলিতাক সভাপতি, পীয়ুষ কান্তিক সাধাৰণ সম্পাদক, লভিতা কলিতাক উপসভানেত্ৰী, হীৰক জ্যোতি নাথক সহকাৰী সাধাৰণ সম্পাদক, ৰঞ্জন নাথক বিত্ত সম্পাদক, অনন্যা বৰুৱাক সাংস্কৃতিক সম্পাদিকা, শশাংক নাথক ক্ৰীড়া সম্পাদক,জ্যোতিষ্মান নাথক প্ৰচাৰ সম্পাদক, সুৰজিত বৰুৱাক তথ্য সম্পাদক, মোজাহিদুল ইছলামক সাহিত্য সম্পাদক, চিৰঞ্জীৱ চহৰীয়াক কাৰ্যালয় সম্পাদক, ৰাতুল চহৰীয়াক শিক্ষা সম্পাদক,ইজাজ আহমেদ আৰু প্ৰণৱজ্যোতি শৰ্মাক সাংগঠনিক সম্পাদক হিচাপে নৱনির্বাচিত কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গুৱাহাটী বিমানবন্দৰত প্ৰথম মুখপত্ৰ ‘এল জি বি আই এ ক্ৰনিকেল’ উন্মোচন
- দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ”দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ তৰফৰ পৰা বৰপেটাৰ ড° বিৰিঞ্চি কুমাৰ দাস আৰু নাৰায়ণ দাসক সম্বৰ্ধনা…
- শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ বিশ্ব বিদ্যালয়ৰ সম্পৰ্ক অভিযানৰ শুভাৰম্ভ…
- ৩৯ সংখ্যক চৰকাৰী পেঞ্চনাৰ সন্থাৰ সাধাৰণ অধিৱেশনত শিক্ষাবিদ ডঃ হিতেশ ডেকা…
- ৰাজ্যিক ফুটছাল চেম্পিয়ন গুৱাহাটী চিটী এফচিক প্ৰাইজমানী প্ৰদান…
- এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপত ব্ৰঞ্জ পদক অৰ্জন কৰা খেলুৱৈ ৰ’দালি বৰুৱাক আন্তৰিক অভিনন্দন জ্ঞাপন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাৰ্যকলাপ বিভিন্ন বিষয় তথা আনুষংগিক দলীয় বিষয় সভাত পৰ্যালোচনা…
- চাপৰৰ হৰ্দেমাৰাত দুই ফৈদৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিট…
- ডিব্ৰুগড়ত চি আৰ পি এফ ১৭১ বেটেলিয়নৰ গ্ৰন্থ বিতৰণ…
- বইটামাৰীৰ তালগুৰীত টুনীয়া নৈৰ খহনীয়াৰ কবলত ৰাজহুৱা শ্মশান সম্পূৰ্ণ ৰূপে জাহ যোৱাৰ উপক্ৰম…